January 20, 2025 1:00 PM

views 13

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্য প্রতিলিপি দাখিল নকৰাকৈ উন্নীত কৰিব পাৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাই আবেদন বিবেচনাধীন হৈ ৩ লাখ ৯০ হাজাৰ সদস্যক উপকৃত কৰিব। মন্ত্ৰ্যালয়ে লগতে কয়, যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ তথ্য ভাণ্ডাৰত স...