February 15, 2025 11:35 AM

views 16

ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। শ্রীধনখড়ে কালি মধ্যপ্রদেশ ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক পেড় মা কে নাম অভিযানৰ অধীনত এটা গছপুৰি ৰোপণ কৰে।