July 21, 2025 12:08 PM

views 17

ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছে। অর্থপূর্ণ তথা গুৰুত্বপূৰ্ণ আলোচনাই ভাৰতক উন্নতিৰ শিখৰলৈ লৈ যাব বুলিও তেওঁ মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতি শ্ৰীধনখড়ে নতুন দিল্লীত কালি ৰাজ্যসভাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ অংশগ্ৰহণকাৰীসকলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। তেওঁ লগতে ৰাজনৈতিক দলসমূহক গঠনমূলক ৰাজনীতিৰে সমাজখন আগুৱাই নিবলৈ আহ্বান জনায়। তেওঁ কয়, যে প্ৰত্যেকটো ৰাজনৈতিক দলৰ দেশৰ উন্নয়নৰ প্ৰতি দায়ৱদ্ধতা ...