November 20, 2024 12:48 PM

views 18

হাতীক কোনো ক্ষতি নকৰাকৈ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে যন্ত্ৰ নিৰ্মাণ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীক কোনো ক্ষতি নকৰাকৈ পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে শিৱসাগৰ জিলাৰ আমিনুদ্দিন আহমেদ নামৰ লোক এজনে এটা যন্ত্ৰ নিৰ্মাণ কৰিছে। ম'বাইল এলিফেণ্ট পুশ্ববেক মেচিন নামৰ এই যন্ত্ৰটো ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল যদিও ভালেমান প্রযুক্তি ব্যৱহাৰৰ ফলত এতিয়া এই যন্ত্ৰটো অধিক কার্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত হাতীৰ উপৰি বান্দৰৰ উপদ্ৰৱ কমাবলৈও এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যায়। এই যন্ত্ৰটোত আল্ট্রাচাউণ্ড, লেজাৰ, ইনফ্ৰা ৰেড আদি সংযোগ কৰা হৈছে। এই সন্দৰ্ভত অভিযন্তাজনে কয় - -বাইট- একে...