August 21, 2024 8:53 PM
14
ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা ১ এপ্ৰিলৰ পৰা এটকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰিছে। স্মার্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত উত্থাপিত অভিযোগ সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰি তেওঁ কয় যে, প্রয়োজন হ'লে পৰীক্ষামূলকভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মার্ট মিটাৰৰ মাজত ব্যৱহৃত ইউনিটৰ পাৰ্থক্য দেখিলে পৰৱৰ্তী সময়ত স্মার্ট মিটাৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল হ্ৰাস কৰা অসমেই একমাত্ৰ ৰাজ্য বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়...