April 26, 2025 9:28 PM

views 24

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ'ব। তেওঁ কয়, যে উত্তৰাখণ্ড-হিমাচলপ্রদেশ আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিম আৰ...

October 13, 2024 8:41 PM

views 20

ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰ...

April 3, 2024 1:43 PM

views 31

গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ কেন্দ্ৰৰ

♦ চৰকাৰে গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ লৈছে। এই সন্দৰ্ভত শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তিমন্ত্ৰী আৰ. কে. সিঙে গ্রীষ্মকালত শূন্য বিদ্যুৎ কর্তন সুনিশ্চিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি কালি নতুন দিল্লীত এলানি বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে তাপবিদ্যুৎ প্রকল্পসমূহৰ পূৰ্ণ সামৰ্থ্যৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে আংশিক উৎপাদন বন্ধ হৈ থকা সকলো প্ৰকল্পৰ বিদ্যুৎ উৎপাদন সামৰ্থ্যৰ পৰ্যালোচনা চলায়। আংশিক উৎপাদন বন্ধ হৈ থকা সমস্যা হ্ৰাস পাইছে আৰু এনে সমস্যা স...