December 21, 2025 8:34 PM
25
উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ মন্তব্য
কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কৈছে যে, উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত বৈদ্যুতিক বাহন বিষয়ক এখন প্রদর্শনী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই বিষয়ে প্রকাশ কৰে। শ্রী সিঙে কয় যে, চৰকাৰী পৃষ্ঠপোষকতাৰ পৰিবেশতন্ত্রই যুৱ উদ্যোগী সকলক বৈদ্যুতিক বাহনৰ সৈতে জঢ়িত কামকাজত বিনিয়োগ কৰাৰ লগতে সেইসমূহত মনোনিবেশ কৰিবলৈ আকৰ্ষিত কৰিছে। ড° সিঙে লগতে কয় যে, বৈদ্যুতিক গতিশীলতাই উদ্ভাৱন আধাৰিত বিকাশ, আ...