April 2, 2025 1:40 PM April 2, 2025 1:40 PM
3
আজি পুৱাৰে পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত
ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তর্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এঘাৰ বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬ দশমিক ১-৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১ দশমিক ৯-২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাত দিনৰ এঘাৰ বজালৈকে ৫৩ দশমিক ৮-৮ শতাংশ ভোটগ্রহণ হৈছে। জিলাখনৰ দদানত সৰ্বাধিক ৬৬ দশমিক ৯-৭ আৰু কুশধোৱা দৰংগিৰিত সৰ্বনিম্ন ৪৬ দশমিক ৪ শতাংশ ভোটদান হৈছে। ভোটগ্রহণ এ...