January 29, 2025 7:52 PM

views 10

দিল্লীৰ যমুনা খাদাৰত নির্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ যমুনা খাদাৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে দলৰ প্ৰতিশ্ৰুতিসমূহ দোহাৰি শ্ৰীমোদীয়ে কয়, যে দিল্লীৰ জনসাধাৰণে এতিয়া এনে এখন চৰকাৰ বিচাৰে যিয়ে গৃহহীনৰ বাবে বাসগৃহ আৰু প্ৰতিঘৰ লোকলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিব পাৰে। কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ যোৱা ২৫ বছৰীয়া শাসনকালত দিল্লীৰ সমস্যাসমূহৰ কোনো পৰিৱৰ্তন নহল বুলি প্ৰধানমন্ত্রী মোদীয়ে অভিযোগ কৰে। দিল্লীত বিজেপি শাসনলৈ আহিলে সকলো নির্বাচনী প্রতিশ্রুতি ন...