August 22, 2025 12:50 PM
উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ
নির্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ কৰ...