March 30, 2025 7:15 PM

views 30

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্...

November 6, 2024 10:34 AM

views 36

উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত নির্বাচনী প্ৰচাৰ সভাতো অংশগ্রহণ কৰিব। আজি চিদলী বিধানসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলেও নির্বাচনী প্ৰচাৰ সভাত অংশ ল'ব । সমষ্টিটোত বি পি এফ প্রা...

May 29, 2024 7:19 PM

views 32

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ

ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকাৰ সাৰৰ্থত এখন নির্বাচনী সভাত ভাষণ দি আই এন ডি আই মিত্রজোট দুৰ্নীতিগ্ৰস্ত নেতাৰ মিত্ৰজোটৰ বাহিৰে আন একোৱেই নহয় বুলি মন্তব্য কৰে। আই এন ডি আই মিত্ৰজোট আৰু ইয়াৰ মিত্ৰ দলসমূহৰ সকলো নেতাই দুর্নীতিগ্রস্ত আৰু বিভিন্ন কেলেংকাৰীত জড়িত বুলি বিজেপিৰ সভাপতিগৰাকীয়ে অভিযোগ তোলে। তেওঁ কয় যে, ৰাহুল গান্ধী, ছোনীয়া গান্ধী, পি চিদাম্বৰম, কার্তি চিদাম্বরম, অৰবিন্দ কেজৰিৱাল আৰু লালু প্রসাদ যাদৱকে ধৰি আই এন ডি আই মিত্ৰ...

May 26, 2024 12:30 PM

views 31

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পর্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নবেন্দ্র মোদীয়ে কালি বিহাৰৰ বক্সাৰ সংসদীয় সমষ্টিৰ অহিৰৌলীত এখন নির্বাচনী সভাত ভাষণ দি লোকসভা নির্বাচনত আই এন ডি আই মিত্রজোঁটৰ পতন ঘটি...

May 9, 2024 11:52 AM

views 28

বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ ৰাওনা ড° হিমন্ত বিশ্ব শর্মা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মা আজি বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ যাব। ড° শৰ্মাই নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিত এখন জনসভাক সম্বোধন কৰিব। পাছত তেওঁ চিত্রাকোন্দা আৰু খল্লিকোটত দলীয় প্রার্থীৰ হকে প্ৰচাৰ চলাব। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলাল গঞ্জ আৰু বায়বৰেলি স...

April 29, 2024 12:25 PM

views 21

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এই পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ৭ মে'ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতাসকল সম্প্ৰতি প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিজেপি আৰু ইউ পি পি এলৰ সন্মিলিত প্রচেষ্টাত বিটিআৰত এতিয়া শান্তিৰ পৰিবেশে বিৰাজ কৰিছে। ...

April 27, 2024 6:46 PM

views 1

লোকসভা নিৰ্বাচনৰ বাকী ৫টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকী ৫ টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত ভাগ লোৱা পৰিলক্ষিত হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৫ খন আসনৰ বাবে ৭ মে'ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কেন্দ্রীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি গ...

April 2, 2024 7:23 PM

views 30

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলায়। ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত মুঠ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।