November 5, 2024 10:16 AM

views 35

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্ৰী অশোক স...

April 11, 2024 6:40 PM

views 22

এঘ‌ন্টাত ১.৫৯ লাখ লোকৰ শপত গ্ৰহণেৰে তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় অভিলেখ

স্বতন্ত্ৰতাৰে আৰু নিৰপেক্ষতাৰে ১৯ এপ্ৰিলত ভোট দিয়াৰ বাবে সমূহীয়াভাবে ললে শপত ‌ তিনিচুকীয়া, ১১ এপ্ৰিল: চলিত লোকসভা নিৰ্বাচনত সততা আৰু দায়বদ্ধতাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কালি তিনিচুকীয়া জিলাৰ ডেৰ লক্ষাধিক লোকে মাত্ৰ এঘন্টাৰ ভিতৰতে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কালি দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত জিলাখনৰ ১,৫৯,১৯১ জন লোকে উপযুক্ত সাক্ষ্য প্ৰমাণ সহ নিৰ্বাচনী শপত বাক্য পাঠ কৰে। দেশৰ ভিতৰত এয়া এক বিৰল অভিলেখ হিচাপে পৰিগণিত হৈছে। জিলা আয়ুক্ত স্বপ্নী...