November 26, 2025 11:44 AM

views 17

সমগ্ৰ দেশতে একতাৰ পদযাত্ৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আয়োজন কৰা একতাৰ পদযাত্ৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আজি আৰম্ভ হ'ব। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মস্থান গুজৰাটৰ কৰ্মচাদৰ পৰা আৰম্ভ হ'বলগীয়া পদযাত্ৰাত কমেও ১৯০ কিলোমিটাৰ সামৰি লোৱা হ'ব। এই পদযাত্রা ৬ ডিচেম্বৰত সামৰণি পৰিব ৷ এই কাৰ্যসূচীয়ে দেশক একত্ৰিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দৰ বল্লভ বিদ্যা নগৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলী অংশগ্রহণ কৰিব। গুজৰাটৰ ...