September 27, 2024 6:24 PM

views 21

সমগ্ৰ দেশতে এতিয়ালৈকে ৮০ কোটিতকৈও অধিক গছপুলি ৰোপণ

এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশতে এতিয়ালৈকে ৮০ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৮০ কোটি গছপুলি ৰোপণৰ অভিলাষী লক্ষ্যত উপনীত হোৱাত সফল হৈছে। চলিত মাহৰ ২৫ তাৰিখে নিৰ্ধাৰিত সীমাৰ ৫ দিন পূর্বেই এই লক্ষ্যত উপনীত হয় বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই সফলতাৰ বাবে চৰকাৰী সংস্থা, স্থানীয় নিকায় আৰু অন্যান্য অংশীদাৰসকলৰ সামূহিক প্ৰচেষ্টাৰ মন্ত্ৰ্যালয়ে শলাগ লয়। এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত উত্তৰ প্রদেশে সৰ্বাধিক সংখ্যক ২৬ কোটি গছপুলি ৰো...