May 30, 2025 11:38 AM
অহা ৭ জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা
অসমৰ লগতে সমগ্ৰ দেশত অহা ৭ জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা পালন কৰা হ'ব। কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলনা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হু...