January 9, 2026 8:03 PM January 9, 2026 8:03 PM
2
বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ বাবে গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক
গুৱাহাটী বিশ্ববিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ পৰিকাঠামোৰ অন্তৰ্গত ৫ বছৰীয়া সংহত স্নাতকোত্তৰ আৰু ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখা আৰু বিভাগৰ ডীন, অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষই এই শৈক্ষিক বৈঠকত উপস্থিত থাকে। বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডাঃ ৰণোজ পেগুৱে কয়, যে ৰাষ্ট্ৰীয় ...