June 9, 2024 12:31 PM June 9, 2024 12:31 PM

views 10

ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীৰ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত চিহ্নিত কৰাটো বাধ্যতামূলক

ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক-কর্মচাৰীৰ উপস্থিতি আৰু নিৰ্ধাৰিত সময়ত কৰ্তব্য সম্পাদন কৰাটো নিশ্চিত কৰিবলৈ নতুন নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী শিক্ষক-কর্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগিব। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষাক-কৰ্মচাৰীসকল নিৰ্ধাৰিত সময়ৰ ১৫ মিনিট পলমকৈ বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰিব। একেদৰে নিৰ্দিষ্ট সময়ৰ ১৫ মিনিট পূর্বেও কোনেও কর্তব্যস্থলী এৰি যাব নোৱাৰিব। কৰ্তব্যস্থ...