July 29, 2024 1:07 PM

views 11

শিক্ষা বিভাগৰ আঁচনিৰ বুজ ল’বলৈ অসমলৈ আহিছে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত ১৩জনীয়া এটা দল

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত ১৩ জনীয়া এটা দল কালি অসমত উপস্থিত হৈছে। হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ আৰু মুখ্য সংসদীয় সচিব আশিস বুটাইলৰ নেতৃত্বত ভ্ৰমণলৈ অহা প্রতিনিধি দলটোক শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আদৰণি জনায়। শিক্ষামন্ত্ৰীগৰাকীৰ লগতে ১৩ জনীয়া দলটোৱে কালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হয়। এই ...