December 11, 2025 12:08 PM December 11, 2025 12:08 PM
3
স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ শিক্ষা বিভাগৰ
ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্রতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ২০২৬ চনৰ ৩১ মার্চৰ ভিতৰত একাংশ শিক্ষক-শিক্ষয়িত্রীৰ অৱসৰ গ্রহণৰ পাছত খালী হ'বলগীয়া পদসমূহৰ সবিশেষ তথ্যও দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে। অহা ২০ ডিচেম্বৰৰ ভিতৰত এই প্রক্রিয়া সম্পন্ন কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চ...