October 7, 2025 8:17 PM

views 22

ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি

শিক্ষা মন্ত্র্যালয়ে বিকশিত ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। দেশজুৰি প্ৰায় আঢ়ৈ লাখ বিদ্যালয়ৰ শিক্ষার্থীসকলক উদ্ভাৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে নীতি আয়োগৰ অটল উদ্ভাবনী অভিযানৰ সহযোগিতাত এই পদক্ষেপ মুকলি কৰা হৈছে। এই কাৰ্য্যসূচী হৈছে উদ্ভাবনী খণ্ডত শিক্ষার্থীসকলৰ বাবে আয়োজিত সর্ববৃহৎ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাট সুগম হৈছে। মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, এই কাৰ্য্যসূচীত ষষ্ঠৰ প...