July 19, 2025 9:52 PM
13
অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত গুগল আৰু মেটালৈ ইডিৰ জাননী
বিধিবলৱৎকাৰী সঞ্চালকাল (ইডি)য়ে অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত প্রযুক্তি বিষয়ক কোম্পানী গুগল আৰু মেটালৈ জাননী জাৰি কৰিছে। সূত্ৰই জনোৱা অনুসৰি ইডিয়ে দুয়োটা কোম্পানীৰ প্ৰতিনিধিক সোমবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰিছে। সংস্থাটোৱে অনলাইন বেটিং এপসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল মঞ্চসমূহৰ ভূমিকাৰ বিষয়টো পৰীক্ষা কৰি আছে ৷