October 23, 2024 11:46 AM

views 29

ক’লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ৬ জন লোকক আটক

বিধি বলবৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছৰ চোৰাং নেটৱৰ্কৰ সৈতে জড়িত এটা ঘটনাৰ তদন্ত কৰি ৬ জন লোকক আটক কৰিছে। মুম্বাইৰ শ্বেৰা বন্দৰত আমদানিকৃত কণ্টেইনাৰৰ পৰা প্ৰায় ২৯৩ কিলোগ্রাম হেৰইন জব্দ কৰা ঘটনাৰ ওপৰত ভিত্তি কৰি এই তদন্ত চলাই আছে। ইয়াৰ উপৰি দিল্লী আৰক্ষীৰ বিশেষ শাখাই ফৰিদাবাদৰ দুখন বাহন আৰু এটা ফ্লেটৰ পৰা প্ৰায় ৩৫৩ কিলোগ্রাম হেৰ'ইন জব্দ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে, তদন্তৰ সময়ত আফগানিস্তানৰ পৰা ভাৰতলৈ হেৰ'ইনৰ চোৰাং ব...