April 17, 2025 10:48 AM

views 22

অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ তদন্তত অভিযুক্ত সুকন্যা বৰাৰ লগতে তেওঁৰ পৰিয়ালৰ বেংক একাউণ্টত আয়ৰ উৎসৰ সৈতে সামঞ্জস্য নথকাকৈ ৯৮ লাখ ৬৬ হাজাৰ টকা জমা ৰখাৰ তথ্য লাভ কৰিছিল। অভিযুক্...