July 12, 2024 9:28 AM July 12, 2024 9:28 AM

views 3

ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্থনীতিবিদ রুফে কৈছে যে, ৪ গুন অধিক জনসংখ্যাৰে ২০৪৭ চন পর্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হ'ব। তেওঁ কয় যে, ২০৪৭ চনলৈকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ বছৰি ৫ শতাংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ২.৩ শতাংশ হ'লে ভাৰতৰ অৰ্থব্যৱস্থা ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত আমেৰি...

April 17, 2024 10:41 AM April 17, 2024 10:41 AM

views 13

বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে : নিৰ্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে আৰু সমাগত বছৰবোৰতো এই বৃদ্ধি অব্যাহত থকাৰ সম্ভাৱনা আছে। জয়পুৰত কালি উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমনে কয় যে অহা ২৫ বছৰ ভাৰতৰ বাবে অতি কঠিন হ'ব। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতত আঠ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবেই বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আহিছে। অর্থনৈতিক নীতি,...