April 5, 2024 7:14 PM
38
১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ দুটা সংসদীয় সমষ্টিৰ নির্বাচন অনুষ্ঠিত হ’ব
অৰুণাচল প্ৰদেশৰ দুটা সংসদীয় সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ'ব। পূব অৰুণাচল সংসদীয় সমষ্টিৰ বাবে ছগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপি প্রার্থী তথা সমষ্টিটোৰ সংসদ তাপিৰ গাঁও আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বচিৰাম চিৰামৰ মাজত মূল প্রতিদ্বন্দ্বিতা হ'ব। বচিৰাম চিৰাম এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা হোৱাৰ লগতে ৰাজ্যখনৰ প্ৰাক্তন কেবিনেট মন্ত্রী। বিজেপি আৰু কংগ্ৰেছৰ উপৰি ৰাজ্যখনৰ নৱগঠিত দল অৰুণাচল ডেম'ক্রেটিক ফ্রন্টেও প্রার্থী প্ৰক্ষেপ কৰিছে। সমষ্টিটোৰ বাবে প্ৰতিদ্বন্দ্ব...