December 14, 2024 3:06 PM
53
ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব
অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত থকা ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দুহেজাৰ ৭৮১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যখনৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ গৰাকী ভোটদাতা অন্তর্ভুক্ত হৈছে। আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১,৩৩০...