January 22, 2026 11:11 AM

views 20

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্ষীক শুনানি মসৃনভাৱে সম্পাদন কৰিবলৈও কয়।

December 2, 2025 11:45 AM

views 29

পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০% গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে

দেশৰ নিৰ্বাচন আয়োগে পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০ শতাংশ গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে, এই বুথসমূহৰ পৰা এখনো সংগ্ৰহ কৰিবলৈ বাকী থকা প্ৰ-পত্ৰৰ প্ৰতিবেদন দিয়া হোৱা নাই, যিটো প্ৰায় অবাস্তৱ। সেয়ে, জিলা নির্বাচনী বিষয়াসকলক আজি পুৱা ১০ বজাৰ ভিতৰত এইক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, কিছুসংখ্যক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত খণ্ড উন্নয়ন বিষয়াই মৃত ব্যক্তি, স্থানান্তৰিত হোৱা ব্যক্তি আৰু বাংলাদেশী অনুপ্...