December 15, 2025 11:36 AM
26
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগৰ ইভিএমসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ
২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে ই ভি এম সমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অন্য ৰাজ্যৰ ৫ জন নডেল বিষয়াক নিয়োগ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্য নির্বাচনী বিষয়া শ্বানিয়া কায়েম মিজে, মহাৰাষ্ট্ৰৰ উপ-মুখ্য নির্বাচনী বিষয়া য়োগেশ গোশ্বাৱী, মেঘালয়ৰ অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া পি কে বড়ো, মিজোৰামৰ যুটীয়া মুখ্য নির্বাচনী বিষয়া ইথেল ৰ’থাংপুই আৰু নিৰ্বাচন আয়োগৰ অধীনৰ সচিব কনিষ্...