April 27, 2024 6:57 PM April 27, 2024 6:57 PM

views 2

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক নির্বাচন আয়োগৰ সমালোচনা

নির্বাচন আয়োগে কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক ভাৰত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাওৰ বিৰুদ্ধে সত্যতা বিচাৰ নকৰাকৈ অভিযোগ অনাৰ বাবে সমালোচনা কৰিছে। আয়োগে এটা নিৰ্দেশত কৈছে যে এই সন্দৰ্ভত বি আৰ এছৰ মুখপাত্র কে প্রভাকৰৰ পৰা চলিত মাহৰ প্রথম ভাগত অভিযোগ লাভ কৰিছিল। ইয়াৰ পাছতে আয়োগে তেলেংগানাৰ মুখ্য নির্বাচনী বিষয়াৰ পৰা এই সন্দৰ্ভত বিচৰা প্ৰতিবেদনত সুৰেখাৰ বিৰুদ্ধে নির্বাচনী প্ৰচাৰৰ সময়ত সত্যতা বিচাৰ নকৰাকৈ অভিযোগ আনি নির্বাচনী আচৰণ বিধি ভংগ ক...