May 8, 2024 11:30 AM

views 23

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬৪.৫-৮ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্রায় ৬৪.৫-৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭-১ শতাংশ, বিহাৰত ৫৮.১-৮ শতাংশ, ছত্তিশগড়ত ৭১.০-৬ শতাংশ, দাদৰা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮-৭ শতাংশ, গুজৰাটত ৫৮.৯-৮ শতাংশ, কর্ণাটকত ৭০.৪-১ শতাংশ, গোৱাত ৭৫.২-০ শতাংশ, মধ্যপ্ৰদেশত ৬৬.০-৫ শতাংশ, মহাৰাষ্ট্ৰত ৬১. ৪–৪ শতাংশ, উত্তৰ প্ৰদ...