June 18, 2025 8:07 PM

views 10

সমগ্ৰ দেশতে নির্বাচনী ব্যৱস্থাৰ সুপৰিচালনাৰ বাবে ২৩টা নতুন পদক্ষেপ গ্ৰহণ

দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে নির্বাচনী ব্যৱস্থাৰ সু-পৰিচালনাৰ বাবে ২৩টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশমৰ্মে আজি দিছপুৰৰ ৰাজ্যিক নির্বাচনী বিষয়াৰ সন্মিলন কক্ষত আয়োজিত এটা বিশেষ অনুষ্ঠানত নিৰ্বাচন আয়োগৰ যুটীয়া সঞ্চালক অনুজ চন্দক আৰু সহকাৰী সঞ্চালক অপূর্ব কুমাৰে এই নতুন পদক্ষেপসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই অনুসৰি এতিয়াৰে পৰা সকলোবোৰ ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাসকলৰ মোবাইল ফোন ৰখাৰ ব্যৱস্থা থাকিব । কোনো এটা ভোটগ্রহণ কেন্দ্ৰতে ভোটদাতাৰ সংখ্যা...