March 23, 2025 11:31 AM

views 49

বিভিন্ন পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগৰ প্ৰকাশ

ৰাজনৈতিক দলসমূহৰ সৈতে নির্বাচনী পঞ্জীয়ন বিষয়া, জিলা নির্বাচনী বিষয়া আৰু মুখ্য নির্বাচনী বিষয়া পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগে প্ৰকাশ কৰিছে। মুঠ ৪,১২৩ গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই দেশজুৰি সংশ্লিষ্ট বিধানসভাৰ ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়মূহ নিষ্পত্তিৰ বাবে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। মুঠ ৭৮৮ গৰাকী জিলা নির্বাচনী বিষয়া আৰু ৩৬ গৰাকী মুখ্য নির্বাচনী বিষয়াকো ২৪ খন ৰাজ্য তথা ৪ খন কেন্দ্ৰীয় শাসিত অঞ্চলত আপত্তি বা সমস্যা সমাধানৰ বাবে এনে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দ...