December 2, 2025 11:50 AM

views 20

ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ

ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কাইলৈ ছুইডেনৰ ষ্টকহ’মত হ'বলগীয়া অনুষ্ঠানত অধ্যক্ষতা কৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে সমগ্ৰ বিশ্বত আজি ভাৰত নিৰপেক্ষ, স্বতন্ত্ৰ আৰু পাৰদৰ্শিতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিচিত হৈ উঠিছে। ভাৰতক ইয়াত অধ্যক্ষতা কৰিবৰ বাবে আমন্ত্রণ জনোৱা কাৰ্যক দেশখনৰ সকলো নাগৰিক আৰু নিৰ্বাচনী কাম- কাজত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে ...