October 29, 2025 8:39 PM
18
ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ
নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন্দ্ৰই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ শুল্কবিহীন নম্বৰ ১৮০০-১১-১৯৫০ৰ জৰিয়তে ওজৰ-আপত্তি নিষ্পত্তিৰ ব্যৱস্থা কৰিব। নির্বাচন আয়োগে প্রতিখন ৰাজ্য, কেন্দ্রীয় শাসিত অঞ্চল আৰু জিলাক নিজৰ নিজৰ ৰাজ্য আৰু জিলা যোগ...