April 9, 2024 12:35 PM April 9, 2024 12:35 PM

views 23

গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ই ভি এম ব্যৱহাৰৰ প্রশিক্ষণ কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে গুৱাহাটী মহানগৰৰ দিছপুৰত থকা লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত কালি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন এলেকাৰ বাবে ই ভি এম ব্যৱহাৰৰ যাৱতীয় প্রশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক জিলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকে ই ভি এম পৰিচালনাৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে। মৰিগাঁও জিলাত নিৰ্বাচনৰ বাবে নিয়োজিত ১৫৩ গৰাকী মহিলা ভোটগ্রহণকাৰী বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। জিলাখনত নিৰ্বাচনৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায...

April 6, 2024 12:53 PM April 6, 2024 12:53 PM

views 4

লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমত চোকা নজৰ ৰাখিব দেশৰ নিৰ্বাচন আয়োগে

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমৰ ওপৰত দেশৰ নিৰ্বাচন আয়োগে চোকা নজৰ ৰাখিব। নির্বাচন সম্পূর্ণ স্বচ্চ আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে । সেই মর্মে আয়োগে ই ভি এমৰ গতিপথ অহৰহ নজৰত ৰাখিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে।