January 3, 2026 12:36 PM January 3, 2026 12:36 PM
10
পশ্চিমবংগ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ নির্বাচন আয়োগৰ নিৰ্দেশ
নির্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ দিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া দেৱোত্তম দত্ত চৌধুৰী, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথাগত মণ্ডল, মইনা বিধানসভা সমষ্টিৰ নির্বাচনী পঞ্জীয়ন বিষয়া বিপ্লৱ সৰকাৰ, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া সুদীপ্ত দাস আৰু ডাটা এন...