June 26, 2025 9:49 PM
নিৰ্বাচনৰ প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে পঞ্জীয়নকৃত ৩৪৫টা অস্বীকৃত ৰাজনৈতিক দলৰ বাতিলকৰণ প্ৰক্ৰিয়া আৰম্ভ
নির্বাচন আয়োগে পঞ্জীয়নকৃত ৩৪৫ টা অস্বীকৃত ৰাজনৈতিক দলক প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে বাতিল কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৯ চনৰ পৰা লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চ...