November 19, 2025 6:42 PM

views 82

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয়, যে দীর্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাবে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে ৮ নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্রহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচন...

April 2, 2025 8:58 PM

views 39

অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নির্বাচন অনুষ্ঠিত নহয়। প্রথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোট...

December 30, 2024 12:29 PM

views 49

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা ১ কোটি ৮০ লাখ ১৪ হাজাৰ ৯১৩। ইয়াৰে ৯০ লাখ ৬০ হাজাৰ ৬৪০ জন পুৰুষ আৰু ৮৯ লাখ ৫৩ হাজাৰ ৮৬৫ গৰাকী মহিলা ভোটদাতা। লগতে ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে ৩৫৭ খন জিলা পৰিষদ, ১...