April 20, 2025 10:20 AM

views 35

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ইষ্টাৰ পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। এই উপলক্ষে গীর্জা ঘৰসমূহত বিশেষ প্ৰাৰ্থনাসভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশ-বিদেশৰ সকলো লোক বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পবিত্ৰ ইষ্টাৰ উৎসৱে নিঃস্বাৰ্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ লগতে কয়, যে যীশুখ্ৰীষ্টৰ ত্যাগে আমাক ক্ষমা আৰু ত...

March 31, 2024 6:53 PM

views 56

যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত সমগ্ৰ বিশ্বত ইষ্টাৰ পালন

সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে। ধর্মীয় বিশ্বাস অনুসৰি ক্ৰুছবিদ্ধ কৰাৰ পাছত আজিৰ দিনটোত যিশুখ্ৰীষ্ট পুনৰ জী উঠিছিল। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা ঘৰসমূহত কালি মাজনিশাৰে পৰা বিশেষ ইষ্টাৰ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। এই উৎসৱক নতুনৰ আৰম্ভণি আৰু বসন্তৰ আগমনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইষ্টাৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাযোগে কৈছে যে, যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্ম...