ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 24, 2025 1:09 PM

view-eye 6

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত ৪.৮ প্রাবল্যৰ ভূমিকম্প

ৰিখটাৰ স্কেলত ৪.৮ প্রাবল্যৰ এটা ভূমিকম্পই যোৱানিশা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্য জোকাৰি যায়৷ ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ আন্তৰ্জাতিক সীমান্ত...

January 8, 2025 8:34 PM

view-eye 3

প্ৰচণ্ড শীতৰ মাজতো তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীৰ উদ্ধাৰ অভিযান অব্যহত

পশ্চিম চীনৰ তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে আজি প্ৰচণ্ড শীতৰ মাজতো উদ্ধাৰ অভিযান অব্যহত ৰাখিছে। তিববতৰ চিগাটচে অঞ্চলত চলোৱা প্ৰাৰম্ভিক অনুসন্ধানত ভূমিকম্পত ...

January 8, 2025 1:45 PM

view-eye 3

নেপাল-তিব্বত সীমান্তত হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

কালি পুৱা তীব্বতৰ টিংৰি অঞ্চলত অনুভূত ৭ দশমিক ১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি পাইছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম...

January 7, 2025 9:10 PM

view-eye 8

নেপাল আৰু তিব্বতত ৭.১ প্রাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ১০০ হোৱাৰ আশংকা

নেপাল আৰু তিব্বতত আজি পুৱা অহা ৭.১ প্রাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১০০ৰ ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশ...

January 7, 2025 1:43 PM

view-eye 4

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমি...

January 2, 2025 4:07 PM

view-eye 5

দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য ভাৰতৰ

ভাৰতে দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৱানুৱাটুৰ উপকূলৰ সমীপত যোৱা ১৭ ডিচেম্বৰত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ ফলত দেশখনৰ ...

May 30, 2024 1:08 PM

view-eye 6

ঢাকা আৰু কাষৰীয়া অঞ্চলত ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ ভূইকঁপৰ জোকাৰণি

বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বাজি ১৩ মিনিটৰ এই ভূমিকম্পৰ জোকাৰণি ঢ...

April 23, 2024 12:26 PM

view-eye 10

টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত

টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত হয়। ইয়াৰে আটাইতকৈ শক্তিশালী ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.১ আছিল । ভূমিকম্পৰ অভিকেন্দ্ৰ টাইৱানৰ হুৱালিয়েন চহৰ...

April 4, 2024 12:03 PM

view-eye 10

টাইৱানত ভূমিকম্পঃ প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ

♦ টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে দ্বীপৰাষ্ট্ৰখনক ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি...

April 3, 2024 7:37 PM

view-eye 22

টাইৱানত ভূঁইকঁপঃ কমেও ৭ গৰাকী লোকৰ প্রাণ হানি

♦ টাইৱানত আজি সংঘটিত এটা ভূঁইকঁপৰ ঘটনাত কমেও ৭ গৰাকী লোকৰ প্রাণ হানি হোৱাৰ লগতে আন প্রায় ৭০০ গৰাকী লোক আহত হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ ভূমিকম্পৰ কবলত পৰা অঞ্চলসমূহত ভালেমান লোক আবদ্ধ হৈ প...