July 11, 2025 8:52 PM

views 17

চুম্বকৰ উৎপাদন প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে ১,৩৪৫ কোটি টকাৰ ৰাজসাহায্য আঁচনিৰ পৰিকল্পনা

দেশত দুর্লভ চুম্বকৰ উৎপাদন প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে এহেজাৰ ৩৪৫ কোটি টকাৰ ৰাজসাহায্য আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত আন্তঃমন্ত্রালয় আলোচনা অব্যাহত আছে। নতুন দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব কমৰান ৰিজৱিয়ে এই কথা অৱগত কৰে। তেওঁ লগতে কয় যে এই আঁচনিয়ে পৃথিৱীৰ দুৰ্লভ অক্সাইডসমূহ চুম্বকলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই ৰাজসাহায্যৰ জৰিয়তে কোম্পানীসমূহে পৃথিৱীৰ দুৰ্লভ অক্সাইডসমূহ চুম্বকলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন...