April 22, 2025 3:05 PM

views 26

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বহনক্ষম বিকাশৰ বাবে মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে পৃথিৱীখনক জীয...

April 22, 2025 10:46 AM

views 19

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৯৭০ চনৰ পৰা আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটো বিশ্বত মানৱ জাতিৰ সামূহিক প্ৰভাৱৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে চিন্তা-চৰ্চা কৰাৰ দিন। এইবেলি বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ বিষয়বস্তু হ'ল- আমাৰ শক্তি, আমাৰ গ্ৰহ। বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ ৫৫ বছৰ পূৰ্ণ হোৱাৰ দিনটো আজি বিশ্বৰ ১৯২ খন দ...

April 22, 2024 5:44 PM

views 21

সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন

পৰিবেশ সংৰক্ষণৰ প্ৰচেষ্টাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। পৃথিৱী বনাম প্লাষ্টিক শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ তথা প্ৰকৃতিৰ ওপৰত প্লাষ্টিকে পেলোৱা প্ৰতিকূল প্রভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াৰ উপকূলত তেলৰ বৃহৎ অপচয় হোৱাৰ কেইমাহমানৰ পাছত ১৯৭০ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ সূচনা কৰা হৈছিল। এই দিৱসে পৰিবেশ সংৰক্ষণ কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিক সোঁৱৰাই দিয়াৰ লগতে এটা উন্নত ভৱিষ্যত তথা সুস্থ পৃথিৱী গঢ়াৰ হকে ...