August 19, 2024 12:10 PM

views 10

নতুন দিল্লীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠক

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰাণা দেউবা পাঁচদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এটা বিবৃতিত বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে, এই ভ্রমণ হৈছে ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ বৈঠকৰ এটা অংশ। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে, নেপাল হৈছে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ গুৰুত্বপূৰ্ণ মিত্ৰদেশ। এই ভ্রমণে দুয়োখন দেশক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা ...