September 9, 2024 11:45 AM September 9, 2024 11:45 AM

views 5

ৰিয়াধত আজি প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ড° জয়শংকৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কালি ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত উপস্থিত হয়। এই বৈঠকৰ উদ্দেশ্য হৈছে- ভাৰত আৰু গালফ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। ভাৰত-গালফ সহযোগিতা পৰিষদৰ উদ্বোধনী বৈঠকত বাণিজ্য, বিনিয়োগ আৰু শক্তিখণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। ড° জয়শংকৰে এই ভ্ৰমণ কালত ভাৰত-গালফ সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূ...