February 17, 2025 12:25 PM February 17, 2025 12:25 PM

views 6

মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে মৰিছাচ, মালদ্বীপ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ প্ৰতিপক্ষৰ সৈতে ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ড° জয়শংকৰে মৰিছাচৰ প্ৰতিপক্ষ ড° ধনঞ্জয় ঋটিছ ৰামফুলৰ সৈতে হোৱা বৈঠকত দুয়োখন দেশৰ বন্ধুত্বৰ বিশেষ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। এয়া আছিল শ্ৰীৰামফুলৰ সৈতে ড° জয়শংকৰৰ প্ৰথমখন বৈঠক। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এই বৈঠকতে মালদ্বীপৰ প্ৰতিপক্ষ আব্দুলা খলিলৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰত-মালদ্বীপ স...