November 15, 2024 11:38 AM

views 9

বিদেশমন্ত্ৰী ড° এছ জয়শংকৰৰ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ

বিদেশমন্ত্ৰী ড° এছ. জয়শংকৰে কালি এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰে ৷ এই ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে ডুবাই Knowledge Park চিমবায়'চিছ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ বিদেশত থকা প্ৰথমটো চৌহদ উদ্বোধনী কাৰ্যসূচীত সভাপতিত্ব কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ মাইলৰ খুঁটি হিচাপে চিহ্নিত এই কাৰ্যসূচীত দেশখনৰ সহিষ্ণুতা আৰু সহাৱস্থান বিভাগৰ মন্ত্রী শ্বেইখ নাহয়ান বিন মুবাৰক অল নাহয়ানো উপস্থিত আছিল। এই নতুন চৌহদে ছাত্র-ছাত্রীসকলক ব্যৱস্থাপ...