October 2, 2025 6:58 PM

views 26

ৰাষ্ট্ৰপতি মু্ৰ্মুৱে লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব

■ সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিজয়া দশমী আৰু দশেৰা উদযাপন কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৱেই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সামৰণিৰ দিন। ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ সৈতে সংগতি ৰাখি অশুভৰ বিৰুদ্ধে শুভ শক্তিৰ জয় সূচক উৎসৱ হিচাপে দশেৰা উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মু্ৰ্মুৱে দিল্লীৰ লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰামলীলা সমিতিয়ে সুকীয়াকৈ আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। পূৱ দিল্লীৰ পটপৰগঞ্জ...

October 12, 2024 9:22 PM

views 35

দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা ময়দানত শ্রীধার্মিক লীলা কমিটিয়ে আয়োজন কৰা দশেৰাৰ অনুষ্ঠানত ভাগ লয়। ইপিনে, শ্ৰী ৰামলীলা সমিতিয়ে দিল্লীৰ ...

October 12, 2024 4:35 PM

views 22

আজি বিজয়া দশমী

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী বা দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ক সূচায়। এই উৎসৱে নৱৰাত্ৰি আৰু শাৰদীয় দুর্গোৎসৱৰো সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজয়া দশমী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা শুভেচ্ছা বার্তা যোগে কৈছে যে, এই উৎসৱে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ক সূচায়। তেওঁ কয় যে, এই উৎসৱৰ সৈতে মৰ্যাদা, কৰ্তব্য পৰায়নতা, সদাচাৰ, বিনয় আৰু সাহসিক সংঘৰ্ষৰ ভালেমান প্ৰেৰণাদ...