September 18, 2025 7:52 PM

views 29

দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা জাৰি

দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত গুৱাহাটীত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক আৰক্ষী প্ৰশাসনে সকলো পথৰ নিৰ্মাণ কাৰ্য পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। পথত কোনো ধৰণৰ নিৰ্মাণ সামগ্ৰী থাকিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পথত থকা গাঁতসমূহো বিভাগে অতি সোনকালে পোতাৰ ব্যৱস্থা কৰাৰ লগতে মহনগৰীৰ পথত কোনো ধৰণৰ নতুন গাঁত খন্দা অথবা আন কোনো কাম পূজাৰ পূৰ্বে কোনো বিভাগে কৰিব নোৱাৰিব বুলিও ন...

September 27, 2024 1:04 PM

views 40

শাৰদীয় দুর্গা পূজা উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সমাগত শাৰদীয় দুর্গা পূজা সুকলমে উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে পূজা সমিতিসমূহক জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত এই নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই অনুসৰি পূজা মণ্ডপ নির্মাণত বিশেষকৈ বৈদ্যুতিক কাম-কাজৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। সকলো পূজা সমিতিক আগতীয়াকৈ লোকনির্মাণ বিভাগ, মুখ্য বিদ্যুৎ উপদেষ্টা আৰু অগ্নিনির্বাপন বিভাগৰ পৰা আপত্তিবিহীনতা প্ৰমাণপত্ৰ ল'বলৈ কোৱা হৈছে। মণ্ডপসমূহত জনসাধাৰণৰ প্ৰৱেশ আৰু...