September 18, 2025 7:52 PM
3
দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা জাৰি
দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত গুৱাহাটীত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক আৰক্ষী প্ৰশা...