May 27, 2024 12:04 PM

views 24

কাইলৈৰ পৰা কোকৰাঝাৰকে ধৰি ৫ খন জিলাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেলুৱৈ বাচনি শিবিৰ

ভাৰতীয় সেনাৰ উদ্যোগত আৰু বি টি আৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা ২৬ জুলাইৰ পৰা ৩১ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অংশ ল'ব পৰাকৈ প্ৰতিভাৱান খেলুৱৈ বাচনি কৰাৰ উদ্দেশ্যে কালি বড়োলেণ্ড এফ চিয়ে কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত বিশেষ বাচনি শিবিৰ অনুষ্ঠিত কৰে। আন্তঃৰাষ্ট্ৰী খেলুৱৈ হলিচৰণ নাৰ্জাৰী এই শিবিৰত উপস্থিত থাকে। উল্লেখযোগ্য যে, বড়োলেণ্ড এছ চিয়ে ডুৰাণ্ড কাপৰ বাবে কোকৰাঝাৰকে ধৰি ৫ খন জিলাত খেলুৱৈ বাচন...